বেটুপাত
Appearance
আউটৰিচ। ৱিকিমিডিয়া পথ।
আউটৰিচ ৱিকিয়ে কেইবাটাও প্ৰচাৰ আৰু সহযোগিতাৰ পদক্ষেপৰ বাবে এটা ঘৰ হিচাপে কাম কৰে। ই হৈছে এক বুকশ্বেল্ফ, সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ সংগ্ৰহ, আৰু যিকোনো কাৰ্যকলাপৰ বাবে এক সমন্বয় বিন্দু যি জনসাধাৰণ, সাংস্কৃতিক প্ৰতিষ্ঠান, বা শিক্ষা কাৰ্যসূচীলৈ নিৰ্দেশিত হয়।
মোৰ লক্ষ্য হৈছে নতুন ৱিকিমেডিয়ানসকলক নিয়োগ আৰু সমৰ্থন কৰা আৰু সাংস্কৃতিক আৰু শৈক্ষিক অংশীদাৰসকলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলা। এই সহযোগিতামূলক প্লেটফৰ্মটো ডাঙৰ, উন্নত আৰু অধিক উপযোগী কৰাৰ বাবে আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন। কৰিবলৈ যথেষ্ট আছে।
- গ্লেম
- এই প্ৰকল্পটোৱে সাংস্কৃতিক সমল অনলাইনলৈ অনাৰ বাবে গেলেৰী, পুথিভঁৰাল, আৰ্কাইভ আৰু সংগ্ৰহালয়ৰ সৈতে কাম কৰে।
- শিক্ষা
- ৱিকিমিডিয়া এডুকেশ্বন পৰ্টেলে সমগ্ৰ বিশ্বতে ৱিকিপিডিয়া আৰু সম্পৰ্কিত প্ৰকল্পসমূহ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা লোকসকলক সংযোগ কৰে।